Welcome you !

Assam Forum welcomes you to the online platform of global Assamese community to discuss, view and share content of interest to our community

Archive

  1. A @ ajoynath479:
    প্ৰতি, মাননীয় সভাপতি অসম গণ পৰিষদ নগাও জিলা সমিতি ও বিশিষ্ট সমাজ সেৱক কলিয়াবৰ বিষয় : বন্তি প্ৰজ্বলক হিচাপে পাবৰ বাবে নিমন্ত্ৰণী পত্ৰ ৷ মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এইযে অহা ইং ২৬ অক্টোবৰ, ২০২৪ তাৰিখে আমাৰ ঐতিহ্যমণ্ডিত কলিয়াবৰৰ হাটবৰ কেন্দ্ৰীয় নাট্য মন্দিৰৰ প্ৰাংগনত সদৌ অসম ভিত্তিত পুনৰ দ্বিতীয় বাৰৰ বাবে IDEAL BEAUTY OF ASSAM NORTHEAST শীৰ্ষক এখনি সাজ-পাৰ ও সৌন্দৰ্য্য প্ৰতিযোগিতা পাতিবলৈ আমি মনস্থ কৰিছো ৷ গতিকে, আমাৰ প্ৰতিযোগিতাখনৈ আপোনাক বন্তি প্ৰজ্বলক হিচাপে নিমন্ত্ৰণৰ শৰাই আগবঢ়ালো ৷ উক্ত অনুস্থানত আপুনি উপস্থিত থাকি সৌস্থভ বৃদ্ধি কৰাৰ লগতে উৎসাহিত কৰিবৰ কাৰনে অনুৰোধ জনালোঁ এয়ে মহাশয়ৰ ওচৰত আমাৰ সৰল মিনতি । ইতি - আপোনাৰ বিশ্বাসী ভাস্বতী বৰুৱা (আয়োজক) স্থান : হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ (সময় বিয়লি ৬ তা বজাপা আৰম্ভ)
  2. A @ ajoynath479:
    সভাপতি অসম গণ পৰিষদ নগাও জিলা সমিতি ও বিশিষ্ট সমাজ সেৱক কলিয়াবৰ
Back