'কতল কমল'ৰ অসমীয়া ভাঙনি
কতল কমল (হাতৰ তলুৱা পদুমৰ দৰে )
কমল দল নয়ন (চকু পদুমৰ পাহীৰ দৰে )
ভৱদৱ দহন (সংসাৰৰ দুখ নাশ কৰোঁতা)
গহন বন শয়ন (গভীৰ বনত শয়ন কৰা )
নপৰ নপৰ পৰ (মাটিত ভৰি পৰা নপৰাকৈ শ্ৰেষ্ঠ জন)
সত্ৰত গময় (সততে গমন কৰে) ।
সভয় মভয় ভয় (ভয়ৰ পৰা অভয় দান কৰোঁতা )
মমহৰ সততয় (সদায় অহংকাৰ হৰণ কৰা) ।
খৰতৰ বশৰ (ক্ষিপ্ৰভাৱে শৰ বৰ্ষণ কৰি হতদশ বদন (ৰাৱন বধ কৰোঁতা) ।
খগচৰ নগধৰ (গড়ুৰত উঠাজন আৰু গোৱৰ্দ্ধন ধাৰণ কৰাজন)
ফণধৰ শয়ন (সাপৰ ওপৰত শয়ন কৰাজন)
জগদঘ মপহৰ (জগতৰ পাপ মোচন কৰা)
ভৱভয় তৰণ ( সংসাৰৰ ভয়ৰ পৰা ত্ৰাণ কৰা )
পৰ পদ লয় কৰ (শ্রেষ্ঠজনৰ পদত লয় কৰা)
কমলজ নয়ন (পদুমৰ দৰে চকু) ।