Biswa Bijoyi Naujawan Lyrics
বিশ্ববিজয়ী নৱ জোৱান
বিশ্ববিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ
ওলাই আহাঁ, ওলাই আহাঁ
সন্তান তুমি বিপ্লৱৰ
সমুখ সমৰ সমুখতে
মুক্তি যুঁজাৰু হুচিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ
বিশ্ববিজয়ী নৱ জোৱান
বিশ্ববিজয়ী নৱ জোৱান
শক্তিশালিনী ভাৰতৰ
ওলাই আহাঁ, ওলাই আহাঁ
সন্তান তুমি বিপ্লৱৰ
সমুখ সমৰ সমুখতে
মুক্তি যুঁজাৰু হুচিয়াৰ
মৃত্যু বিজয় কৰিব লাগিব
স্বাধীনতাৰ খুলি দুৱাৰ
You must be registered to view media